Education Hs 1st Year Question Paper 2020

Education Hs 1st Year Question Paper 2020

Education Hs 1st Year Question Paper 2020

Education Hs 1st Year Question Paper 2020: Here in this post you can avail Education Hs 1st Year Question Paper 2020.

HS 1st year Education question paper 2020

Total No. of Printed Pages — 7 

20 E – EDUC 


2020


EDUCATION


Full Marks: 100


Time: 3 hours


The figures in the margin indicate full marks for the questions

1. Give appropriate answer as directed : 1×12=12

    নির্দেশানুসাৰে যথাযথ উত্তৰ দিয়া :

(a) “Education is the manifestation of divine perfection, already existing in man.” Who said this ? 

    “মানুহৰ অন্তনিহিত পূৰ্ণতাৰ বাহ্যিক প্রকাশেই হ’ল শিক্ষা ।” কথাষাৰ কোনে কৈছিল ?

(b) Name any one part of peripheral nervous system. 

      প্রান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যি কোনো এটা অংশৰ নাম লিখা ।

(c) Narcissism is the characteristic of infancy period.

( Write True or False )

আত্মকাম প্রবণতা হ’ল শৈশৱকালৰ বৈশিষ্ট্য ।

(শুদ্ধ নে অশুদ্ধ লিখা )

(d) In which year was the Total Literacy Campaign launched ?

     বিমান চনত সম্পূর্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল ?

(adsbygoogle = window.adsbygoogle || []).push({});

(e) ________ instinct is related to emotion ‘amusement’. ( Fill in the blank )

    ________ প্রবৃত্তি “বিনোদন” আৱেগৰ লগত জড়িত । (শালী ঠাই পূৰণ কৰা )

(f) Write the full form of DIET. 

      DIET’-ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

(g) “Curriculum is a tool in the hands of the artist (teacher) to mould his material (pupil) according to his ideals (aims and objectives) in his studio (school).” Who said this ?

“পাঠ্যক্ৰম হ’ল শিল্পীৰ (শিক্ষক) হাতৰ মূল আহিলা যাৰ দ্বাৰা উৎপাদন (শিক্ষা) তেওঁৰ আদৰ্শ (লক্ষ্য আৰু উদ্দেশ্য) অনুসৰি চিত্ৰবনত (বিদ্যালয়) গঢ়ি তোলা হয়।” কথাযাৰ কোনে কৈছিল ?

(h) Give one example of ductless gland. 

     মলাহীন গ্ৰন্থিৰ এটা উদাহৰণ দিয়া ।

(9) Gang loyalty is the characteristic of ________ period. ( Fill in the blank )

     দলীয় আনুগত্য হৈছে ________ কালৰ বৈশিষ্ট্য । (খালী ঠাই পুৰণ কৰা )

(i) Name any one subject taught in ‘Gurukula’, 

    ‘গুৰুকুল’ত শিকোৱা যি কোনো এটা বিষয়ৰ নাম লিখা ।

(k) Keyboard of a computer is the output device. 

( Write True or False )

কীব’ৰ্ড হৈছে এটা কম্পিউটাৰৰ আউটপুট কৌশল।

(শুদ্ধ নে অশুদ্ধ লিখা )

(l) From which language is the term ‘habit’ originated ? 

    কোন ভাষাৰ শব্দৰ পৰা habit’ শব্দটোৰ উদ্ভাবন হৈছে ?

(adsbygoogle = window.adsbygoogle || []).push({});

HS 1st year Education question paper 2021

2. Answer the following questions : 2×12=24

    তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

(a) What do you mean by vocational aim of education ? 

     শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা ?

(b) Mention any two psycho-physical needs of infants.

     শিশুসকলৰ যি কোনো দুটা মনো-শাৰীৰিক প্ৰয়োজন উল্লেখ কৰা ।

(c) Mention any two functions of UGC. 

     UGC ৰ যি কোনো দুটা কার্য উল্লেখ কৰা ।

(d) Mention any one name of the branches of psychology.

     মনোবিজ্ঞানৰ যি কোনো এটা শাখাৰ নাম উল্লেখ কৰা ।

(e) Mention two advantages of individual aim of education.

     শিক্ষাৰ ব্যক্তিবাদী লক্ষণৰ দুটা সুবিধা উল্লেখ কৰা ।

(f) What is instinct ?

     প্ৰবৃত্তি কি ? 

(adsbygoogle = window.adsbygoogle || []).push({});

(g) Write two types of needs as mentioned by Maslow. 

     Maslow-এ উল্লেখ কৰা সুবিধ প্ৰয়োজনৰ নাম লিখা । 

(h) Write two objectives of forming NCERT. 

     NCERT গঠনৰ দুটা উদ্দেশ্য লিখা ।

(i) Name two American Baptist Missionaries who contributed to education in Assam. 

    অসমৰ শিক্ষালৈ অৱদান আগবঢ়োৱা দুজন আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰীৰ নাম লিখা ।

(j) What is universalization of elementary education ?

     সার্বজনীন প্রাথমিক শিক্ষা কি ?

(k) Name two objectives of SSA. 

    SSA ৰ দুটা উদ্দেশ্য লিখা ।

(l) After which treaty and when did missionaries come to Assam ? 1+1=2

   কেতিয়া আৰু কোন চুক্তিৰ পাছত মিছনেৰীসকল অসমলৈ আহিছিল ?

3. Answer the following questions : 4×10=40

  তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(a) Mention four differences between formal and non-formal education.

   আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ চাৰিটা পার্থক্য উল্লেখ কৰা ।

(b) Write four advantages of e-mail. 

   e-mailৰ চাৰিটা সুবিধা লিখা ।

(c) Explain the scope of educational psychology. 

    শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা ।

(adsbygoogle = window.adsbygoogle || []).push({});

(d) Write four principles of curriculum construction.

    পাঠ্যক্ৰম প্ৰস্তুতিৰ চাৰিটা নীতি লিখা ।

(e) Mention four characteristics of habit. 

   অভ্যাসৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

(f) Write a brief note on the relation between education and psychology.

   শিক্ষা আৰু মনোবিজ্ঞানৰ সম্বন্ধৰ ওপৰত এটি চমু টোকা লিখা ।

(g) Write four functions of cerebellum. 

    লঘুমস্তিষ্কৰ চাৰিটা কাৰ্য লিখা ।

(h) What is perception ? Mention three differences between illusion and hallucination. 1+3=4

   সংবোধন কি ? ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্ৰত্যক্ষৰ তিনিটা পার্থক্য উল্লেখ কৰা ।

(i) Write a note on ‘Satra’ as indigenous educational institution.

   দেশীয় শিক্ষানুষ্ঠান হিচাপে ‘সত্ৰ’ৰ ওপৰত এটি টোকা লিখা ।

(j) Mention four different types of students as classified on physical abilities. 

    শাৰীৰিক সামর্থ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা শিক্ষার্থীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা ।

Education Question Paper 2020 Class 11

4. Who is the chief exponent of individual aim of education ? How is education related to economics ? Explain. 1+5=6

শিক্ষাৰ ব্যক্তিবাদী লক্ষাৰ মুখ্য পৃষ্ঠপোষক কোন? শিক্ষাৰ লগত অর্থনীতি কেনেদৰে সম্পর্কযুক্ত? ব্যাখ্যা কৰা।

Or / নাইবা 

Who wrote the book ‘Democracy and Education’ ? How is education related to sociology ? Explain. 1+5=6

’Democracy and Education’ গ্ৰন্থ খনৰ লেখক কোন ? শিক্ষাৰ লগত সমাজবিজ্ঞান কেনেদৰে সম্পর্কযুক্ত ? ব্যাখ্যা কৰা ।

(adsbygoogle = window.adsbygoogle || []).push({});

5. What do you mean by childhood ? Explain any four kinds of needs of adolescents. 2+4=6

বাল্যকাল বুলিলে তুমি কি বুজা? কিশোৰ-কিশোৰীসকলৰ যি কোনো চাৰিটা প্ৰয়োজন ব্যাখ্যা কৰা।

6. Explain the roles to be played by a teacher as facilitator and motivator of learning. 3+3=6

শিক্ষণ সূচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা ব্যাখ্যা কৰা ।

Or/নাইবা

Explain the roles to be played by a teacher for the development of school and society. 3+3=6

বিদ্যালয় আৰু সমাজৰ বিকাশৰ বাবে এখন শিক্ষকে পালন কৰিব লগা ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা ।

7. What is the name of the first Anglo-Assamese Dictionary ? Explain any five provisions of the Assam Primary Education Act, 1926. 1+5=6

প্রথম এংলো-অসমীয়া অভিধানখনৰ নাম কি ? 1926 চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ যি কোনো পাঁচটা দফা ব্যাখ্যা কৰা ।

* * * 

Education Hs 1st Year Question Paper 2020 PDF download

English Model Paper 2023 Pdf 

Leave a Comment